আজি মহাপুৰুষ শংকৰদেৱৰ ৪৫২ সংখ্যাক তিৰোভাৱ তিথি
মহামাৰী কৰোণাৰ সামাজিক সংক্ৰমণৰ মাজতো মাজুলীৰ ৩০০ নামঘৰ, ১৮ খন সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথি পালন
পুৱাৰে পৰা খোল তাল , গায়ন বায়নেৰে মুখৰিত মাজুলীৰ সত্ৰ সমূহ
ৰকাৰী নিতি নিৰ্দেশনাৰ মাজত এই বাৰ অনুষ্ঠুপিয়াকৈ আয়োজন কৰা হৈছে মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি ।
মাজুলীৰ শ্ৰীশ্ৰী ভোগপুৰ সত্ৰত চাৰিদিনিয়াকৈ আয়োজন কৰা হৈছে মহাপুৰুষ শংকৰদৱৰ তিৰোভাৱ তিথি
মাজুলীৰ পৰা - লোক নাথ নৰহ প্ৰতিবেদন।