Share on Facebook

2030 DÍTAG ARA:LO MAC yé 10 LA:K ko ÍSÍNG LENAM MA:NYING


2030 DÍTAG ARA:LO MAC yé 10 LA:K ko ÍSÍNG LENAM MA:NYING.

Gíné Dítagí: kídí:démpé 05 ju:n 2019 longkído:sin "Muhisondro Miri Réngam Yumrang" émna MAC lok igurki 14 No-Jiadhol Homosti:lok G.M. Mg. Bani Kt. Dole:bí TMPK,MMK,TMMK lok gídum ka:dum sunamki aíké Mo:lég ara:do Língko Angngokopé Ísíngém leto. Mipakpé lumílo " Muhisondro Miri Hamajik Bonanikoron" émna ma:nying ma:la Mising Autonomous Council é 10 La:k ko Ísíngém lengabyé émna réngamém kinmodung.


ঢকুৱাখনাত বিশ্ব পৰিৱেশ দিৱস উদযাপন।

 বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি তোলাৰ লক্ষ্যৰে লগতে পৃথিৱীক ভৱিষ্যত প্ৰজন্মৰ বাবেও বাসোপযোগী কৰি ৰখাৰ স্বাৰ্থত, বায়ু প্ৰদূষণ ৰোধ,   প্লাষ্টিকৰ প্ৰদূষণ ৰোধ আৰু পৰিবেশ সুৰক্ষাৰ হকে জনসচেতনতা বৃদ্ধিৰ শোভাযাত্ৰা কৰি ঢকুৱাখনা নৰ্মাল  স্কুলৰ সৌজন্যত আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ  অসমৰ সৌজন্যত "মিছন উত্তৰণৰ" অধীনত   ৫ জুন তাৰিখে ৪৪৩ নং হুজ গাঁও প্ৰাথমিক বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে।

দিন জোৰা কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত পুৱাতে বৃক্ষ ৰোপণ কৰা পিছত বায়ু, পানী, প্লাষ্টিকৰ সজাগতাৰ কাৰণে বিভিন্ন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা ছাত্র ছাত্ৰীয়ে শোভাযাত্ৰা যাত্ৰা কৰে। বিদ্যালয়ৰ প্ৰাংগণত ক্ৰমে চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হোৱা  মুকলি সভা অনুষ্ঠিত হয়। 

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post