DO:NYI PODONG JÍ:SULA MO:RO LOTTALO KO:KANGÉ PONAMÉM PODUNG
ঢকুৱাখনাত বিদ্যুত বিভাগৰ কাৰ্যালয় ক্ষতিগ্ৰস্ত কৰাৰ ভুৱা অভিযোগত দুই মিচিং ছাত্ৰক গ্ৰেপ্তাৰত প্ৰতিক্ৰিয়া/TMPK ৰ সংবাদমেল ।
Dokuakhona Bordoloni ara:lok Senimari do:lu:lok Srimonto Songkordev L. P. School lok porila du:né ko:kangé Do:nyi Podong losula mo:rong lottalo potiném popénampé idung.Schooldém M. L. A fund kokki 2 la:k 8 thousandko murkongém bila motaga:gomsin po:lok ima:dapéi Ti:ngé yíkugdo:pé mopí: mongatkolo su:pak Teacher éla: Students é aipé ngasoddung.
Odokké Mo:rong lottalo Do:nyi Podong losula potiném popa:dung.
A:péné 16 Septembor 2019 longésokké 4th Unit test Ankangé (Exam) kadung.
Édé anka:do:sin Do:nyi Podong losula ko:kangé kapé ankangém biyén émna Poyirné Abu, Students, Ané abbo aipé mé:dírdung.
Tíkadar atíé murkongém doyud moyudla school dém motu: mongadla monamdém réngamé aipé mé:dír sagí gídung émna kinna:dung.
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ঢকুৱাখনাৰ জনতাকো ২৪ ঘন্টাই বিজুলী যোগানৰ নামত ৰামঠগন মিটাৰ ৰিডিং নকৰাকৈ লাখ লাখ টকাৰ ভুৱা বিল প্ৰেৰণেৰে লুণ্ঠনৰাজ চলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা মিচিং ছাত্ৰ সন্থা টি,এম,পি,কে'ৰ দুজন নেতাক ভুৱা গোচৰ তৰি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ প্ৰতিবাদত আজি ঢকুৱাখনা জনজাতি কৃষ্টি ভৱনত এখন সংবাদ মেল আয়োজন কৰি ঢকুৱাখনা আৰক্ষী প্ৰশাসন আৰু মহকুমা প্ৰশাসনৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে সদৌ মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক-যতীন পেগু,ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক ৰাজীৱ দলেয়ে।
বহু সংখ্যক টি,এম,পি,কে'ৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা সংবাদমেলত ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা দুই মিচিং ছাত্ৰ নেতা-মুকুল লাগাছু আৰু ৰাজকাপুৰ পেগুক বিনাচৰ্তে মুকলিৰ দাবী তোলে। অন্যথা প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে।