কাৰাগাৰৰ পৰা পলাল চাৰি কয়দী
লখিমপুৰ জিলা কাৰাগাৰত সংঘটিত হৈছে এই ঘটনা...
কাৰাগাৰৰ দেৱাল বগাই পলায়ন কৰে চাৰি কয়দী
লখিমপুৰ জিলাৰ কাৰাগাৰত সংঘটিত হৈছে যোৱা নিশা এই ঘটনা সংঘটিত হৈছে ।
এই চাৰি কয়দী হৈছে লোকনাথ পেগু , পাপু দাস, ৰাউল দৈমাৰী আৰু প্ৰণৱ বণিয়া।
নিশাৰ সুযোগ লৈ কাৰাগৰৰ ভিতৰৰ পৰা পলায়ন কৰে।
ইতিমধ্যে পলায়ন কৰা কৈদি কেইজনক আৰক্ষীয়ে বিচাৰি তীব্ৰ অভিযান আৰম্ভ কৰিছে
পল্লব মিলি/লখিমপুৰ