Big ব্ৰেকিং নিউচ-লাইকা দধিয়াৰ পৰা আশ্ৰয় শিবিৰৰ পৰা এগৰাকী মহিলা মৃত্যু।
১০ দিন হ'ল-প্ৰতিবাদ সাব্যস্থ কৰা। কিন্তুু জিলা প্ৰশাসন পালৰ পৰা একো ব্যৱস্থা লোৱা নাই।
আৰু আজি ৩ জনী মহিলা তিনিচুকীয়া অসামৰিক চিকিৎসাত প্ৰেৰণ। ১০৮ আশ্ৰয় শিবিৰত আহিব নিবিচৰাত,নিজে মেডিকেলত লৈ যাব লগা হল।
মানুহবোৰক অকল গৰু ছাগলীৰ দৰে জিলা প্ৰশাসনে ব্যৱহাৰ কৰি আছে।
লাইকা দধিয়াৰ সংগ্ৰামৰ প্ৰথম- শ্বহীদ হিচাপে,তিনিচুকীয়া জিলাৰ-TMPK,MMK, TMMK. লগতে লাইকা দধিয়াৰ পুঃনৰ সংস্থাপন কমিটিৰ হৈ ঁ ৰেৱতী পাৱক-ঘোষনা কৰে।