ভৰতচুকত থানুৰাম টাইদৰ বাসগৃহত ভয়ংকৰ অগ্নি কাণ্ড।
অগ্নি কাণ্ডৰ ফলত প্ৰায় কেইবা লক্ষধিক টকাৰ ক্ষয় ক্ষতি।
বঁদ্যুতিক শ্বট চাৰ্কিটৰ ফলতে দিনৰ প্ৰায় ১১:৩০ বজাত জুই ৰ সূত্ৰ পাত হয়।
প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে ঘৰৰ সা-সম্পত্তি আৰু জাপানী কবুতৰ জুইত সম্পূৰ্ণৰূপে সকলো জাহ যায়।
জুই লগাৰ খবৰ পাই পঞ্চায়তৰ সভাপতি শ্রী খনিন্দ্ৰ মেদক আৰু ঢকুৱাখনা জিলা সমিতিৰ TMPK ৰ সম্পাদক ভূপেন দলে ডাঙৰীয়াই উপস্থিত হৈ আৰ্তজনক 5000 পাঁচ হাজাৰ টকা অনুদান আগবঢ়ায়।
অল আসাম মিচিং হাই স্কুলৰ আৰু সুলভ মূল্যৰ দোকানৰ আৰু অংগণবাৰী বিদ্যালয়ৰ প্ৰয়োজনীয় নথি পত্ৰ জুইত জাহ যায়
থানুৰাম টাইদ অল আসাম মিচিং হাই স্কুলৰ প্ৰধান শিক্ষক আছিল।আৰু সুলভ মূল্যৰ দোকানৰ এজেন্ট আছিল।
মানুহ গৰাকী শ্ৰীমতী মিনতি টাইদ অংগনবাড়ি বিদ্যালয়ৰ মুখ্য পৰিচালিকা আছিল।