TMPK.MMK,TMMK.তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত,'গণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
জানিব পৰামতে-বহু বছৰে পৰা লাইকা দধিয়া পুঃনৰ সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীয়ে ভূৱা প্ৰতিশ্ৰুতি দি আহিছে।আৰু প্ৰতিশ্ৰুতি দিয়াৰ সময়সীমা পাৰ হৈ যোৱাত ৮ খন গাঁৱৰ ৰাইজে 'গুইজান ঘাটৰ পৰা ১০ কিঃমি খোজ কাঢ়ি উপায়ুক্ত কাৰ্য্যলয় ঘেৰাও কৰে। লগতে মুখ্যমন্ত্ৰী গৌ ৱেক।চাবুৱা সমষ্টি বিধায়ক,বিনোদ হাজৰিকা মুৰ্দাবাদ,অসম চৰকাৰ হায় হায়, ধব্বনিৰে উওাল প্ৰতিবাদ সাব্যস্থ কৰে।যদিহে এসপ্তাৰ ভিতৰত মুখ্যন্ত্ৰীয়ে পুঃনৰ সংস্থাপন বিষয়ে আলোচনাত নবহে, তেতিয়াহলে আগন্তুুক দিনত জংগি আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি জানিব দিয়ে।