আজি সমগ্ৰ বিশ্বতে খ্ৰীষ্টীয়ান ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ বৰদিন ৷ সেই উদ্দেশ্য মাজুলী তথা ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত ,আজি বিভিন্ন কাৰ্য সূচীৰে যীচুক ক্ৰুচত বন্তি প্ৰজ্বলনৰ লগতে সাহিত্য,
সাংস্কৃতিক তথা আৰু অন্যান্য কাৰ্যসূচীৰ পবিত্ৰ বৰদিনৰ আয়োজন কৰিছে খ্ৰীষ্ট ধৰ্মাৱলম্বী লোক সকলে ৷ অৱশ্যে কৰণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে এই বৰদিনৰ কাৰ্যসূচী ৷ অঞ্চলটোৰ বহুকেইটা চাৰ্চত কভিড প্ৰটকলৰ মানি আয়োজন কৰিছে পবিত্ৰ বৰদিন ৷ প্ৰভূ যীচুক উদ্দেশ্যি গীৰ্জাত সমূহীয়া প্ৰাৰ্থনা জনাইছে এইসকল লোকে।
অসমৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ ঘূণাসুঁতি নাহৰণী গাঁৱত কেইবাটাও অঞ্চলৰ পৰা আহি
আজিৰ এই বৰদিনটো উদযাপন কৰা দেখা পোৱা গল।
খ্ৰীষ্টানলোক ধৰ্ম পালন কৰা সকলে এই অনুষ্ঠানত নাচ গান কৰি আনন্দদ উৎফুল্লিত কৰা দেখা পোৱা গল।