ৰাজ্যজুৰি আৰম্ভ শান্তি সদ্ভাৱনা যাত্ৰা।
প্ৰয়াত তৰুণ গগৈৰ স্মৃতিত ৰাজ্যজুৰি চলিছে এই যাত্ৰা
প্ৰতিখন জিলাতেই শান্তি যাত্ৰাৰ জৰিয়তে বিসৰ্জন দিয়া হৈছে তৰুণ গগৈৰ অস্থি।
আজি মাজুলী আহি পালেহি সদ্য প্ৰয়াত তৰুণ গগৈৰ অস্থি।
মাজুলী ৰাজীৱ ভৱনত ৰখা হৈছিল অস্থি।
মাজুলী কমলাবাৰী ফেৰী ঘাটত বিসৰ্জন দিয়া হৈছে সদ্য প্ৰয়াত তৰুণ গগৈৰ অস্থি।
মাজুলীৰ কমলাবাৰী ফেৰিঘাটত অজশ্ৰ জনে জনালে শ্ৰৰ্দ্ধাঞ্জলি ।
শ্ৰদ্ধাঞ্জলি আৰু চিতা ভস্ম বিসৰ্জন উপস্থিত থাকে তৰুণ গগৈ ভাতৃ দ্বীপ গগৈ।