আজি ৮ দিন অতিক্ৰম হ'ল-লাইকা দধিয়াৰ পুঃনৰ সংস্থাপনৰ বাবে প্ৰতিবাদ কৰা।
কিন্তুু জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াত। আকৌ আজি গাঁৱৰ ৰাইজে তিনিচুকীয়া বন প্ৰাধিকাৰী বিষয়া কাৰ্যলয়,DFO OFFICE ঘেৰাও কৰে।
নানান শ্লোগানেৰে তিনিচুকীয়া DFO.মুৰ্দাবাদ,বন মন্ত্ৰী মুৰ্দাবাদ,অসম চৰকাৰ হায়,হায়,মুখ্যমন্ত্ৰীৰ কাম নাই,তিনিচুকীয়া জিলা প্ৰশাসন কাম নাই,ধব্বনিৰে উওাল প্ৰতিবাদ সাব্যস্থ কৰে।
লগতে তিনিচুকীয়া DFOক মেৰ্মোৰেডাম দি ৰাইজে ধৰ্মঘটস্থীত ঘুৰি আহে।