আজি ১২ দিন হ'ল-গৃহহীন লাইকা দধিয়াবাসীৰ মৰণপন সংগ্ৰাম-৩১ জানুৱাৰীৰ ভিতৰত পুঃনৰ সংস্থাপন নিশ্চিত।সঁচাকৈ 'মুখ্যমন্ত্ৰীয়ে' প্ৰতিশ্ৰুতি ৰাখিব পাৰিবনে?লাইকা দধিয়াবাসীৰ এটাই কথা কোনো কাৰণতে ত্যাগ নকৰে প্ৰতিবাদস্থলী।চৰকাৰে পুঃনৰ সংস্থাপন দিবই লাগিব। প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰিব নেকি চৰকাৰে ? সেয়াও চিন্তা চৰ্চা কৰিছে-লাইকা দধিয়া ৰাইজে
৩১ জানুৱাৰীৰ ভিতৰত পুঃনৰ সংস্থাপন সঁচাকৈ 'মুখ্যমন্ত্ৰীয়ে' প্ৰতিশ্ৰুতি ৰাখিব পাৰিবনে?
byMISING LUTAD (NEWS)
•
0