মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ লাইকা দধিয়াৰ আৰ্তনাদ। পলিথিনৰ চালিৰ তলত খিলঞ্জীয়া ভুমিপুএ ৰ ৰ্দুবিষহ জীৱন। মুখ্যমন্ত্ৰীৰ নিদ্দেৰ্শ মৰ্মে সঁচাকৈ লাইকা দধিয়াক পুঃনৰ সংস্থাপন দিব পাৰিবনে? সেই বিষয়তোলৈ ৰাইজে কি কলে-তেনেকুৱা বহুতো প্ৰতিশ্ৰুতি দি আহিছে চৰকাৰে।আগতেও ৮ মাহৰ ভিতৰত পুঃনৰ সংস্থাপন দিব বুলি লিখিত প্ৰতিশ্ৰুতিও দিছিল, কিন্তুু দিয়া নহল। এতিয়া লাইকা দধিয়াবাসী ৰাইজে এই চৰকাৰৰ ওপৰত বিশ্বাস হেৰাই গৈছে।
মুখ্যমন্ত্ৰীৰ নিদ্দেৰ্শ মৰ্মে সঁচাকৈ লাইকা দধিয়াক পুঃনৰ সংস্থাপন দিব পাৰিবনে? ৰাইজে কি কলে-
byMISING LUTAD (NEWS)
•
0