সোণাৰি চাপৰি বজাৰত উৰুকাৰ বজাৰত
চেলা চাৰিকড়িয়া,কঢ়া নদীৰ , বৰালী ,চিতল ,আৰি , ৰৌ ,শল,শাল সৰু বৰ থলুৱা মাছৰে ভৰি পৰিল বজাৰ ৷
মহামাৰীৰ কৰুণাৰ সময়ত ভালদৰে থলুৱা মাছ এসাঁজ খাবলৈ নোপৱাৰ বাবে এতিয়া উদৰ পুৰাই খাবলৈ জুতি লব মন পছন্দৰ মাছ ক্ৰয় কৰিবলৈ অহা গ্ৰাহকে।
লক্ষীমপুৰ,মাজুলী, ঢকুৱাখনাৰ বিভিন্ন স্হানৰ পৰা গ্ৰাহক বজাৰত মাছ ক্ৰয় কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয় ৷