Share on Facebook

গহপুৰৰ বালিজানত উন্নয়ন মূখ নেদেখা এখন অঞ্চল। এখন পকী দলঙৰ বাবে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ।

গহপুৰৰ বালিজানত উন্নয়ন মূখ নেদেখা এখন অঞ্চল। এখন পকী দলঙৰ বাবে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। 


স্বাধীনতাৰ ৭৫ টা বছৰ অতিক্ৰম কৰাৰ পাছতো এখন পকী দলঙৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে গহপুৰৰ ১ নং বালিজান মিচিং গাঁও বাসী ৰাইজে। বছৰ বছৰ ধৰি উন্নয়নৰ মূখ নেদেখা অঞ্চলবাসীয়ে পৰিবৰ্তনকামী চৰকাৰৰ পৰা এক নতুন দিগন্ত সূচনা হব বুলি আশা কৰিছিল যদিও ই ধোঁৱা চাঙত। অঞ্চলটোত থকা একমাত্ৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়লৈ লৰা ছোৱালী অনা নিয়া কৰাত যথেষ্ট অসুবিধা হোৱাৰ লগতে বাৰিষাৰ সময়ত বেমাৰ আজাৰ হলে ৰোগীক সাঙি বান্ধি নিব লগীয়া পৰিবেশৰ সৃষ্টি হয়। এই বিষয়ে স্থানীয় জনপ্ৰতিনিধিক বাৰে বাৰে অৱগত কৰাৰ পাছতো কোনো ধৰণৰ ভ্ৰুক্ষেপ নাই। যাৰ পৰিপেক্ষিতত এনেদৰে অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post