প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "মন কি বাত" অনুষ্ঠান সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমৰ বঙাইগাঁও জিলাটো কৰিলে উপভোগ।
ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি নেতৃত্বাধীন মিত্ৰজত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেদিও অনুষ্ঠান"মন কি বাত" ৰ পোনপটীয়া সম্প্ৰচাৰ সমগ্ৰ ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ পগতে অসমতো লক্ষাধিক লোকে উপভোগ কৰে। প্রাপ্ত বাতৰিমতে নামনি অসমৰ প্ৰতিটো জিলাৰ লগতে বঙাইগাঁও জিলাটো উপভোগ কৰে।
একেদৰে বিজেপিৰ বঙাইগাঁও জিলা সভানেত্ৰী হিমানি অধিকাৰীৰ নেতৃত্বত বঙাইগাঁও জিলা সদৰ চহৰখনৰ ২১৬ নং বুথত আজি নেতা কৰ্মী আৰু শুভাকাংশী সকলে উপভোগ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ জিলা সামাজিক মাধ্যমৰ কোষৰ আহ্বায়ক সুব্ৰত মণ্ডল আৰু জিলা অনুসূচীত জাতি মৰ্চাৰ উপ সভাপতি জগন্নাথ মণ্ডল আদি বুলি বাতৰিটোত প্ৰকাশ।
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
Tags:
politics