Share on Facebook

নামনি অসমৰ শ্ৰীৰামপুৰত শিমলতাপু আৰক্ষীৰ প্ৰায় ৩০ লক্ষাধিক টকাৰ বাৰমিজ চেগুন কাঠ জব্দ:আটক চালক -হেণ্ডিমেন।

 নামনি অসমৰ শ্ৰীৰামপুৰত শিমলতাপু আৰক্ষীৰ প্ৰায় ৩০ লক্ষাধিক টকাৰ বাৰমিজ চেগুন কাঠ জব্দ:আটক চালক -হেণ্ডিমেন।



নামনি অসমৰ শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীত বৃহৎ পৰিমাণৰ বাৰমিজ চেগুন কাঠ জব্দ কৰিছে আজি অসম আৰক্ষী বাহিনীৰ শিমলতাপু আৰক্ষীয়ে।প্ৰাপ্ত বাতৰিমতে জানিব পৰামতে ডিমাপুৰৰ পৰা কলিকতাৰ হুগলিলৈ NL 02-Q-8967 নং ১৮ চকীয়া ট্ৰাকখনত প্ৰায় ৮০টুকুৰা অধিক বাৰমিজ চেগুন কাঠ লৈ গৈ আছিল।আৰু কাঠৰ ওপৰত পুৰণি বটলৰ বস্তা দি গৈ থকা ট্ৰাকখনৰ গোপন তথ্য লাভ কৰে আৰক্ষীয়ে ।আৰু শিমলতাপু আৰক্ষীয়ে তেলীপাৰাত জব্দ কৰে ট্ৰাকখন।আৰক্ষীয়ে ট্ৰাকখনৰ চালক হেণ্ডিমেনক আটক কৰিছে।যদিও আটকাধিন চলক পশ্চিমবঙ্গ ৰাজ্যৰ কলিকতা মহানগৰৰ ৰবীন চেটাৰ্জি(২৬) আৰু হেণ্ডিমেন জন মধ্যপ্ৰদেশৰ চিণ্ডৱালা জিলাৰ দীপক দেহেৰীয়া (১৯) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।জব্দ হোৱা কাঠখিনিৰ মূল্য প্ৰায় ৩০ লাখৰ অধিক হব বুলি বাতৰিটোত প্ৰকাশ।

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post