FOREST MAN OF INDIA " JADAV PAYENG" WHAT HE SAID ABOUT ENVIRONMENT, LETS CHECK IT OUT...
অৰণ্য মানৱ পদ্মশ্ৰী ড° যাদৱ পায়েং ৷
মাটিৰ মানুহ ৷
প্ৰকৃতিৰ বুকুতে জীৱন ৷
সেউজী হ’ব ধৰণী
বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি তোলাৰ লক্ষ্যৰে লগতে পৃথিৱীক ভৱিষ্যত প্ৰজন্মৰ বাবেও বাসোপযোগী কৰি ৰখাৰ স্বাৰ্থত, বায়ু প্ৰদূষণ ৰোধ, প্লাষ্টিকৰ প্ৰদূষণ ৰোধ আৰু পৰিবেশ সুৰক্ষাৰ হকে জনসচেতনতা বৃদ্ধিৰ পৰিচয়
অৰণ্য মানৱ, পদ্মশ্ৰী ড° যাদৱ পায়েং দেৱৰ কৰ্ম পৰিচয় আৰু জ্ঞান সকলোৰে মাজত প্ৰচাৰ কৰক। তেখেতক আদৰ্শ হিচাপে লৈ প্ৰকৃতিক সুৰক্ষা কৰি ৰখাৰ কাৰ্য্যপন্থা গ্ৰহন কৰক।
তেখেত এজন মানুহ নহয় মহামানৱ হয়। যাৰ কাৰ্য্যক বিশ্বই মানিবলগীয়াত পৰিছে আৰু বিশ্বত জীৱ জীয়াই থাকিব হ'লে গছ বৰ্তি থকাটো অন্ত্যন্ত জৰুৰী। এই কাম কেৱল এজনে কৰি দেখুৱালে যিটো ভাবি চালে সচাঁ যেন বুলি ক'বলৈ অসম্ভৱ হৈ উঠে। মোৰ দৃষ্টিত তেখেত এজন অদ্বিতীয়।
হয়তো আমি অৰণ্য মানৱ পদ্মশ্ৰী ড° পায়েং দেৱৰ দৰে এখন অৰণ্য সৃষ্টি কৰিব নোৱাৰো ( নোৱাৰাৰ কথা নাই, ইচ্ছা থাকিলে সকলো কৰিব পাৰি) কিন্তু প্ৰত্যেকজনে এজোপাকে হ'লেও গছ ৰোপন কৰি আৰু সযতনে ডাঙৰ কৰি প্ৰকৃতি সুৰক্ষা কৰাৰ অংশীদাৰ হ'ব পাৰো।
Plz talk to Mising if this is real Mising lutad
ReplyDelete