Share on Facebook

অবধৈ খনন আৰু অনুমতি বিহীন ভাৱে হাজাৰ হাজাৰ ট্ৰাক শিল বালি মাফিয়াই সোৱণশ...


অবধৈ খনন আৰু অনুমতি বিহীন ভাৱে হাজাৰ হাজাৰ ট্ৰাক শিল বালি মাফিয়াই সোৱণশিৰিৰ নদীৰ পাৰত

ধেমাজি জিলা গোগামুখ দিৰপাই খণ্ড বণ বিষয়াৰ সোৱণশিৰি নদীৰ অন্তৰগত মানিকা কুঁৱাৰী, তামুলি কুঁৱাৰী আৰু সোণাপুৰ কুৱাৰীৰ মহলধাৰ সমূহে চৰকাৰী ঘৰলৈ কোনো ধৰণৰ পুঁজি নিদিয়াকৈ ভূ-গৰ্ভত অবধৈখনন  আৰু অনুমতি বিহীন ভাৱে হাজাৰ হাজাৰ ট্ৰাক শিল বালি মাফিয়াই সোৱণশিৰিৰ নদীৰ পাৰত গছ- গছনি তহিলং কৰি  মজুত কাৰ্য চলাই অহাৰ উপৰিও  চালান বিহীন ভাৱে ট্ৰাকে ট্ৰাকে শিল বালি কৰিয়া নিয়াৰ পিছত বণবিষয়া আৰু পুলিছ প্ৰশাষনক মহলধাৰ তথা গাড়ী মালিকে মেনেজ কৰি চোৰাং চলাই অহাৰ পিছত বন বিষয়াই কোন কাণসাৰ নিদিয়াত অৱশেষত দল সংগঠনৰ নেতৃত চৰকাৰী ঘৰলৈ কোনো পুঁজি চৰকাৰীল গৃহলৈ নোযোৱা পুহৰলৈ অহাৰ পিছত বণ বিভাগে সোৱণশিৰি পাৰত মজুত কৰা শিলি বালি জদ্ধ কৰাৰ পলত কোনো শিল বালি কট়িৱা ট্ৰাক গাড়ী বন্ধ হোৱাৰ কাৰনত  মহৰিকেম্প, সোণাপুৰ অঞ্চল বাসী ৰাইজলৈ অন্ধকাৰ নামি আহিছে কাৰণ মহলধাৰ সমূহে চৰকাৰী গৃহলৈ কোনো ধৰণৰ পুঁজি নোজোৱাত জিলা খণ্ডবন বিষয়া কুঁৱাৰী বন্ধ হোৱাত জনসাধাৰণৰ বহু বিপাংত পৰিছে কিয়নো কোনো কোনোহে বন্ধন বেকং ,নীদিৰ ঋন লৈ  ঋন গুৰাৱ নোৱাৰি এজন ব্যক্তিয়ে সোৱণ শিৰি নদীত জাহ দি আত্ম হত্যা কৰে/

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post