কেছু,কুমতি,বোকা-পানীৰে কৰ্দযময় পৰিৱেশত চলা এখন চৰকাৰী বিদ্যালয়
ঢকুৱাখনাত কেছু-কুমটীয়ে খন্দা,বোকা-পানীৰে ভৰা কৰ্দযময় পৰিৱেশত পাঠগ্ৰহণ কৰিব লগা হৈছে এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। ১৯৮৫ চনৰ পৰা ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াৰ বাবে ভেটি সলাই সলাই জুৰুলা হৈ পৰা ঢকুৱাখনা শিক্ষা খণ্ডৰ ডুম্বিগাম কলাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পয়ালগা পৰিৱেশ৷