Share on Facebook

মাজুলিৰ ডেকা আৰু আমাৰ প্রিয় গায়ক শৈলেন পায়েং



মাজুলী জিলাৰ অন্তৰ্গত জঁকাইবোৱাত  শৈলেন পায়েঙৰ বাস গৃহ ,
সকলোৰে চিনাকি মাজুলিৰ ডেকা আৰু আমাৰ প্রিয় গায়ক শৈলেন পায়েং ।

দিব্যাঙগ এজন ব্যক্তিক সঁচাকে আমাৰ মিছিং সমাজে আপুৰুগীয়া  ভাল গায়ক ব্যক্তি হিচাপে চিহ্নিত   সুধা কণ্ঠ ব্যক্তি তেওঁৰ নাম  শৈলেন পায়েং ।অতি দুখীয়া ঘৰৰ এজন ব্যক্তি , 2001 চনৰ পৰা টিং চৰিয়াৰে গান গোৱা আৰম্ভ কৰি এতিয়াও এই চৰিয়াৰে অতি সুন্দৰ গান গায় সকলো দৰ্শকক মুগ্ধ কৰি পেলাইছে । 2003 চনত বিপুৰীয়া অন্ধ স্কুলত নামভৰ্তি কৰিছিল তাৰ পৰাহে সংগীত জগতত পাতনি মেলে ।

     এতিয়া অসমৰ ভাল গায়ক হব বিচাৰে টকা-পইচাৰ অভাৱত গান বনাব পৰা নাই ।

আছে নে কোনোবা দিব্যাঙগ শৈলেন পায়েঙক সহায় কৰা  ।

আছে নে কোনোবা শৈলেন পায়েঙক ভাল পোৱা ।

তেওঁৰ জীৱনৰ কাহানিও গান ৰচিছে গাইছে  শৈলেনে, লগত পৰিয়ালৰ সকলো কথাও সোঁৱৰাই কৈছে

হয় তেওঁৰ মা,দেউতা,আৰু  ভাইটি আছে থাকিও নথকাৰ ধৰে ,গান গায় দুবেলা ধুমুটি খোৱাইছে পৰিয়ালটোক ।

  কোনো অহা নাই তেওঁৰ ওচৰত ,চৰকাৰ ফালৰ পৰাও একো সুবিধা পোৱা নাই শৈলেন পায়েঙে ।

সঁচাকে অতি গুৰুত্বপূৰ্ণ বিষয় চৰকাৰে দিব লাগে কাক দিছে কাক ।

MAC ৰ পৰাও পোৱা নাই একো ।

এতিয়া লাগে সকলোৰে মৰম চেনেহ লগতে লাগে সহায় মিছিং লুতাদ ৰ জৰিয়তে এই কথা জানিব দিয়ে দিব্যাং গ শৈলেনে ।






MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post