লখিমপুৰ জিলাৰ ঘূণাসুঁতি জঙ্কি পানৈৰ দেশ ২নং বামুনিজান গাঁৱত মিছিং জনগোষ্ঠীৰ পঃৰাগ উৎসৱ পালন কৰা হয়
১১,১২আৰু ১৪ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীৰ পঃৰাগ উলহ মালহেৰে অনুষ্ঠিত হয়
অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে বিশ্বাস কৰি সমূহ ৰাইজৰ মঙ্গলৰ কামনাৰ্থে পঃৰাগ উদযাপন কৰি সূৰ্য- চন্দ্ৰ ( দঃঞি পঃলঃ) ক সাক্ষী কৰি পালন কৰি আহিছে পঃৰাগ উৎসৱ
৷ অনুষ্ঠানত আতৌৰ চঃনাম, ঐনিতম, আনু নিঃতম আদি নৃত্য পৰিৱেশন কৰি আনন্দিত হৈ পৰে সকলো ৷
পৰম্পৰাগত নীতি নিয়ম অনুসাৰে মিছিং ৰাইজে পঃৰাগ পালন কৰাৰ লগতে পঃৰাগ লৈ অহা আলহী সকলকো আপ্ৰায়ন কৰে
মিছিং ডেকা, গাভৰুৰ গুমৰাগ নৃত্যত মতলীয়া নৃত্যত মুখৰিত হৈ পৰে চৌদিশৰ পৰিৱেশ
লখিমপুৰ জিলাৰ ঘূণাসুঁতিত নৰাছিগা উৎসৱ উদযাপন।
মিছিং সম্প্ৰদায়ৰ লোকে
প্ৰতিটো 5 বছৰ মূৰে মূৰে এই পৰাগ বা নৰাছিগা উৎসৱতি মিছিং সম্প্রদাই লোকে উদযাপন কৰে ।
অসমৰ বিভিন্ন প্ৰান্তৰ বসবাস কৰি থকা
এই 2নং বামুনিজন গাঁৱৰ জীয়ৰী বেলেগ ঠাইত বিয়া হোৱা জী- জোঁৱাই লোকে উপস্থিত হৈ সকলোৰে মাজত চিনাকি হৈ আনন্দত উৎফুল্লিত হৈ উঠা দেখা পোৱা গৈছে।
ফাগুন মাহতে আলি আ:য়ে লৃগাংৰ পিছতে মিছিং জনগোষ্ঠীৰলোক সকলে পৰাগ বা নৰাছিগা উৎসৱ ইন্দ্ৰ দেৱতাক পূজা হৰ্ছনা কৰি গাঁৱৰ ৰাইজ তথা এই অঞ্চলৰ বেলেগ ঠাইত বিয়া হোৱা সকলে
ৰাইজৰ মাজত উপস্থিত হয়।
এই দিনাই এই গাঁৱৰ জীয়ৰী সকলে নিজৰ লগত ঢুলীয়া নাচনী আনি সিহঁতৰ মাজ প্ৰতিযোগিতামূলক নৃত্য প্ৰতিযোগিতা হোৱা দেখা পোৱা যায় ।
আলি খেতি চপোৱাৰ পিছত নৰাবোৰ ছিগি যোৱাৰ সময়ত এই নৰাছিগা উৎসৱতি উদযাপন কৰা হয়।
এই উৎসৱ মিছিং সম্প্ৰদায়ৰ লোকে উদযাপন কৰা মূল উদ্দেশ্য হৈছে
সকলো ৰাইজে মঙ্গলৰ কামনাৰ্থে ইন্দ্ৰ দেৱতাক আশীক বিচাৰি উদযাপন কৰা হয় বুলি জানিব দিয়ে।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি জায়প্ৰসাদ দাসক
ৰাইজে দাসৰ বদলি টাইড উপাধিৰে বিভুকিত কৰা হয়।