BIG BREAKING NEWS-বাঘজান তৈলখাদৰ আকৌ বিষ্ফোৰণ। জানিব পৰামতে-সোমবাৰে বাঘজানৰ ৫নং তৈলখাদটোত অয়িলে স্থাপন কৰিবলৈ সক্ষম হৈছিল-BOP. তেতিয়াৰ পৰা জুই 30/40 ৰ্ফুট উচ্চ'তাত সংঘটিত হৈছিল।
আৰু তৈলখাদৰ ওচৰলৈ মানুহ যাবলৈ সক্ষম হৈছিল। বিশেষজ্ঞই আজি কিলিং অপাৰেছনৰ কথা আছিল।কিন্তুু আজি বিফল হল।-পুনৰ নতুন পৰিকল্পনাৰে নিৰ্বাপনৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰিব বুলি অইল ইণ্ডিয়াই জানিব দিয়ে।ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ ৰিৰ্পট-মিচিং লুটাদ।