লাইকা বনগাঁৱত মাথো কান্দোনৰ শব্দ।-90 বছৰিয়া 'আইতা'ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান।আমি বালি পজাত আছো।ভাত খালেও পেটলৈ নাযায় ,টোপনী নাহে।
লাইকাবাসী ৰাইজক ব্যৱস্থা লবলৈ 'আইতা'ই প্ৰাৰ্থনা জনাই।প্ৰাকৃতিক ধবংসলীলাৰ এখন ভয়ংকৰ ছবি।কৰুণ বাস্তৱ এয়া-মাটি-ভেটি হেৰুৱাই ঘৰ এৰিলে লাইকা-435 টা পৰিয়ালে।সম্পু'ণ উচন হ'ল-লাইকা অঞ্চল।কালিও শ্ৰীযুত দেৱৰাম কামানৰ পৰিয়ালৰ-3 টা চকুৰ প্ৰচাৰতে উঠি গৈছে-ঘৰ দুৱাৰ।কোনো এখন চৰকাৰে সুৰক্ষিত দিব নোৱাৰিলে লাইকা অঞ্চলটোক।খোৱা বোৱা অসুবিধা-গৰু,মহ,পানীত জাহ গ'ল। জনপ্ৰতিনিধি আহি নোচোৱাত ৰাইজে ক্ষুব্ধ প্ৰকাশ কৰে।ডিব্ৰু ছৈখোৱাৰ পৰা,এপিঅ টাইদৰ ৰিৰ্পত,মিছিং লুতাদ।