আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বোকাখাটৰ পৰা হেলিকপ্টাৰ যোগে আহি ঢকুৱাখনাৰ বাসুদেৱথানত সন্ধিয়া ৬ বজাত উপস্থিত হৈ শৰাই,নৈবেদ্য আগবঢ়াই সষ্টাংগে প্ৰণিপ্ৰাত জনাই মহা প্ৰভূ বাসুদেৱৰ চৰণত।আগন্তুক নিৰ্বাচনত বিজেপি দলৰ বিজয় কামনা কৰে।
ইফালে সাংবাদিকৰ আগত বিজেপিয়ে-১০০+ আসন লাভ কৰাটো নিশ্চিত বুলিও মন্তব্য কৰে।