১৩ হাজাৰ সমৰ্থকক লগত লৈ ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল পদ্মলোচন দলেৰ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ঘোষণা কৰা লগে লগে দেখা গৈছে ৰাজ্যৰ বিভিন্ন সমষ্টিত মনোনয়ন পত্ৰ দাখিল।
#আজি ঢকুৱাখনাৰ ৰাজীৱ ভৱন কাৰ্যালয়ৰ পৰা প্ৰায় ১৩ হাজাৰ সমৰ্থক লগত লৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী পদ্মলোচন দলেই ঢকুৱাখনা চাৰি আলি হৈ ঢকুৱাখনা মহকুমাধিপতি কাৰ্যালয়ত মঙ্গলবাৰে অন্তিমটো দিনত মনোনয়ন পত্ৰ দাখিল কৰে।
এই Electionটো ধনী আৰু দুখীয়াৰ মাজত, এই Electionটো খেতিয়ক আৰু বেপাৰী মাজত যুজঁ, এই Electionটো খেতিয়ক আৰু পুঁজি পতি যুজঁ হ'ব এই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে শক্তি শালী নেতা পদ্মলোচন দলেয়ে।