ঢকুৱাখনা মহকুমাধিপতি কাৰ্যলয়ত মনোনয়ন দাখিল বিজেপি পৰা নৱ কুমাৰ দলে
ঢকুৱাখানা বিজেপি কাৰ্যলয়ৰ পৰা হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ ঢকুৱাখনা চাৰি আলি হৈ খোজ কাঢ়ি ঢকুৱাখনা মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন দাখিল কৰে।
পূৰ্বৰ বিধায়ক নৱ দলে এইবাৰ তৃতীয় বাৰলৈ মনোনয়ন দাখিল কৰে।