লখিমপুৰ জিলাৰ ঘূণাসুঁতিত সোৱণশিৰি খহনীয়াত জাহ গৈছে শ শ ভূমি ঘৰ - ভেটি হেৰুৱাই সৰ্বস্বান্ত সহস্ৰাধিক পৰিয়ালৰ
তেনে স্থলত আজি T.M.P.K গুৱাহাটী মহানগৰ সমিতি আৰু মিচিং ষ্টুডেন্ট এচচিয়েচন দিল্লীৰ (misad) উদ্যোগত TMPK বেংগোলৰ ,TMPK টাউন কমিটি, গুৱাহাটী উনিভাৰ্চিটি ষ্টুডেন্ট Union .কটন উনিভাৰ্চিটি মিচিং ষ্টুডেন্ট। মিচিং কমিনীতি আই, আই, টি , গুৱাহাটী আদিৰ সহযোগত এই বান সাহায্য বিতৰণ কৰে।
বানৰ কবলত পৰি থকা লোক সকলক বিতৰণ কৰে নিমখ, চাউল, ডালি, মাৰ্ক্স , চাবোন আদি বিতৰণ কৰে।
পল্লব মিলি /লখিমপুৰ।