ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী আবদ্ধ।।
মাজুলী কমলাবাৰী ঘাটৰ পৰা নিমাতি ঘাটলৈ পুৱা ৭-১২ বজাত গৈছিল ফেৰী খন।।
ম্যাদ ওকলা অতি দুৰ্বল ভৈৰবী নামৰ ফৰীখন উটিগৈ পালেগৈ কৰ্তীক চাপৰিত।।
ফেৰীত থকা যাত্ৰীয়ে নদীত সাতুৰি এজোপা গছত বান্ধি ৰাখে ফেৰী খন।।
ইন্ধনৰো অভাব বুলি জনাইছে যাত্ৰীয়ে।।
ফেৰীত প্ৰায় ৭০ জন যাত্রী, ৩ খন গাড়ী, ২০ খনৰো অধিক বাইক আছে।।
নিমাতি ৰ পৰা এখন ফেৰী উদ্ধাৰৰ বাবে পথাইছে বুলি কৰ্তৃপক্ষই জনাইছে যদিও এতিয়া ৪ ঘন্টা পাৰহৈ যোৱাৰ পাছটো গৈ পোৱা নাই।
মাজুলীৰ পৰা লোকনাথ নৰহ প্ৰতিবেদন।