মিচিং জনগোষ্ঠীৰ নিজস্ব, স্বয়ংক্ৰিয়, প্ৰৱণতা আৰু প্ৰতিভা প্ৰতিজন যা:মে মি:মব্ ৰৰ অন্তৰ্নিৰ্হিত শক্তি। হাল বাবলৈ যাওঁতে কব নোৱাৰাকৈ ঐনিতমৰ সুৰ চংকিত মুন্নাম, তাঁতৰ হালত ডালিমীয়ে ফুল গুটি থাকোতে কব নোৱাৰাকৈ ঐনিতমৰ কলিবোৰ গুণগুনাই থকা, এনে স্বয়ংক্ৰিয় প্ৰতিভাৰ প্ৰৱণতা অপাৰ আমাৰ মিচিং ডেকা গাভৰুৰ। সেয়ে হে মিচিং লুতাদ news নেটৱৰ্কৰ বহুবছৰীয়া পৰিকল্পনাক বাস্তৱিক ৰূপ দিয়াৰ মানসেৰে আগবাঢ়ি আছোঁ, এক বিশেষ অনুষ্ঠান প্ৰতিভাৰ সন্ধানত বুলি অনন্য প্ৰতিভাৰ বিকাশ সাধন কৰাৰ এক মঞ্চ প্ৰদান কৰিছোঁ, তাকাম মিচিং ৰেঙামক। আভ্যন্তৰীণ স্বয়ংক্ৰিয় প্ৰতিভাক চিনাকি দিবলৈ কোনোবাই মঞ্চ বিচাৰি পোৱা নাই বা আত্মবিশ্বাস নথকা সমূহ নৱপ্ৰজন্মক পৃথিৱীৰ লগত চিনাকি দিবলৈ, প্ৰথম দুৱাৰ হিচাপে আগবাঢ়িছো, মিচিং লুতাদৰ অনুষ্ঠান, a:ng Irnem mago:la, প্ৰতিভাৰ সন্ধানত। ইচ্ছুক প্ৰাৰ্থীয়ে এই বেনাৰত দিয়া নম্বৰ সমূহত ফোন কৰি সবিশেষ জানিব পাৰিব। যোৱা সময়ছোৱাত গ্ৰহণ কৰা auditonৰ কিছু youtube link।
ঊষাৰাণীৰ দলে
https://youtu.be/cpyO2bQOvCg
মেৰী কাৰদং
https://youtu.be/M_bZgoZFeFs
