প্ৰতিভাৰ সন্ধান বিচাৰি দেওবৰীয়া এই বিশেষ অনুষ্ঠানত আপোনালোকৰ মাজত লৈ আহিছোঁ দিব্যাংগ প্ৰতিভাশালী ছাত্ৰী মেৰী কাৰদং ।
জন্মসূত্ৰে কাণেৰে নুশুনে আৰু মুকবধিৰ মেৰী কাৰদং
তথাপিও ৰৈ থকা নাই প্ৰতিভাশালী ছাত্ৰী গৰাকী ।
প্ৰতিভাৰ সন্ধানত মিচিং লুটাদৰ আজি দ্বিতীয় খণ্ড।
লখিমপুৰ জিলাৰ এগৰাকী দিব্যাংগ ছাত্ৰীৰ নাম মেৰী কাৰদং
উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী গৰাকীয়ে সুন্দৰকৈ নৃত্য কৰাৰ উপৰিও বেডমিণ্টন খেলি
পেৰা অলিম্পিকত গোল্ড মেডেল অর্জন কৰিবলৈ অক্ষম হৈছিল
আজি আমাৰ সাংবাদিক পল্লব মিলি গৈ ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হ'ল।
লখিমপুৰ সদৰৰ নিবাসী শান্তনু কাৰদং আৰু তৰামাই কাৰদঙৰ একমাত্ৰ জীয়ৰী মেৰী কাৰদং
আহক আজি প্ৰথম অংশত মেৰী কাৰদঙৰ নৃত্যৰ প্ৰতিভাৰ উমান লও।