বিশিষ্ট সংগীত শিল্পী অৰ্চনা মহন্তই চিৰ বিদায় মাগিলে।
গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অৰ্চনা মহন্তই। এতিয়া গভীৰ শোকময় পৰিবেশ বিৰাজ কৰিছে অসমৰ সংগীতপ্ৰেমি ৰাইজৰ মাজত।
ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে Twitterযোগে গভীৰ শোক প্ৰকাশ কৰে।

যশস্বী গায়িকা অৰ্চনা মহন্তৰ বিয়োগত দুঃখিত হৈছোঁ। তেখেতে আছিল অসমৰ লোকসংগীতৰ এগৰাকী প্ৰখ্যাত শিল্পী। তেখেতৰ অমিয়া কণ্ঠই বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰোতাক সদায়েই মন্ত্ৰমুগ্ধ কৰি ৰাখিব। এই শোকৰ মুহূৰ্তত অৰ্চনা মহন্তৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি— Amit Shah (@AmitShah) August 27, 2020