সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে সিঙে প্ৰথমবাৰলৈ ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত পোণপটীয়া অভিযোগ আৰোপ কৰিছে।
সুশান্তৰ পিতৃ কে কে সিঙে ভিডিও মেচেজ জাৰি কৰি ৰিয়াৰ ওপৰত এই গুৰুতৰ অভিযোগ আনিছে। সুশান্তৰ পিতৃ কে কে সিঙৰ মতে, ৰিয়াই দীঘলীয়া সময় ধৰি ৰিয়াক বিহ পান কৰোৱাই আছিল আৰু ৰিয়াই সুশান্তক হত্যা কৰিছে।
তেওঁ কয় যে তদন্তকাৰী সংস্থাসমূহে ৰিয়া আৰু সহযোগীসকলৰ শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰাব লাগে।
তেওঁ কয় যে তদন্তকাৰী সংস্থাসমূহে ৰিয়া আৰু সহযোগীসকলৰ শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰাব লাগে।
#WATCH Rhea Chakraborty was giving poison to my son, Sushant from a long time, she is his murderer. The investigating agency must arrest her and her associates: KK Singh, #SushantSinghRajput's father pic.twitter.com/EsVpAUlZMt— ANI (@ANI) August 27, 2020