বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে অতুল বৰা।
কেশৱ মহন্ত পুনৰ নিৰ্বাচিত হৈছে কাৰ্যকৰী সভাপতি হিচাপে।
অতুল বৰাৰ বিৰুদ্ধে কোনেও দাখিল কৰা নাছিল মনোনয়ন পত্ৰ।
আজি অতুল বৰা পুনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাত আনন্দ প্ৰকাশ কৰে ।
আমবাৰীৰ মুখ্য কাৰ্যালয়ত ঢোল–তাল বজাই প্ৰকাশ কৰে আনন্দ।
সম গণ পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল, সৰ্বসন্মতিক্ৰমে সভাপতি হিচাপে নিৰ্বাচিত হয় অতুল বৰা।
বিধানসভা নিৰ্বাচিৰ পূৰ্বে অসম গণ পৰিষদৰ সভাপতি নিৰ্বাচনক লৈ চলিছিল ব্যাপক চৰ্চা।