তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে।
মুখ্যমন্ত্ৰী সোণোৱালে তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে। কোৰোণাত আক্ৰান্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে গগৈৰ চিকিত্সাৰ বাবে এটা বিশেষজ্ঞ চিকিত্সকৰ দল সাজু কৰা হৈছে বুলি তিমধ্যে টুইটাৰযোগে জনাইছে।
তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে ,GMCHত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ।

A committee under the chairmanship of Dr Jogesh Sarma, HOD, Pulmonary Medicine Department of GMCH has been constituted to monitor the health status of Sri
, former Chief Minister of Assam. He was tested positive for #COVID19 and is presently admitted at GMCH.