সোৱনশিৰি বুকুত জাহ যোৱাৰ উপক্ৰম মাজুলীৰ এখন প্ৰাথমিক বিদ্যালয়
খহনীয়া ৰ বাবে বিনিদ্ৰ ৰজনী কটাইছে এইখন গাঁৱৰ ৰাইজে
গুৰুত্ব নাই বিভাগৰ, গুৰুত্ব নাই জনপ্ৰতিনিধিৰ
ভয়াবহ ৰূপত বৃদ্ধি পাইছে সোৱশিৰিৰ খহনীয়া
খহনীয়াত জাহ যোৱাৰ আশংকা ২২৬ নং বালিজকাই বোৱা প্ৰাথমিক বিদ্যালয়
খহনীয়া ৰ পৰা মাত্ৰ ১০ মিটাৰ দূৰত্বত বিদ্যালয় খন , চিন্তিত অভিভাৱক, ছাত্ৰ ছাত্ৰী।
খহনীয়া তৰ্চ নৰ্চ কৰাৰ পাছতো বৰ্তমানো গুৰুত্ব প্ৰদান কৰা নাই জল সম্পদ বিভাগ তথা মাজুলী জিলা প্ৰশাসনে ।
দীৰ্ঘ দিনৰ পৰা স্থানীয় ৰাইজে এই খহনীয়া অঞ্চল পৰিদৰ্শন কৰি বিভাগক জীৱ বেগ , পাৰ্কোপাইন আদি সংস্থাপন কৰি খহনীয়া
ৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও সংশ্লিষ্ট বিভাগে গুৰুত্ব প্ৰদান নকৰাত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
মাজুলী পৰা লোকনাথ নৰহ প্ৰতিবেদন