Share on Facebook

মিচিং লুটাদ বাতৰি সম্প্ৰচাৰ কৰাৰ লগে লগে লাইকা ৰাইজক বহুতো সাৰ্হায্য বিতৰণ কৰে।

লাইকাবাসীৰ ৰাইজৰ সমস্যাৰ অন্ত নাই।


মিচিং লুটাদ বাতৰি সম্প্ৰচাৰ কৰাৰ লগে লগে লাইকা ৰাইজক বহুতো সাৰ্হায্য বিতৰণ কৰে।
এতিয়াও গৰাখহনীয়াৰ পৰা মানুহবোৰ বহুতো অসুবিধাত আছে।
টিৰপালৰ চালিৰ তলত দুৰ্বিষ জীৱন কথালগীয়া হৈছে। এই সমস্যাবোৰ চাবলৈ যোৱা কালি তিনিচুকীয়া জিলা উপায়ুক্তই লাইকা বনগাঁওত পৰিৰ্দশন কৰে। আৰু লাইকাৰ সমস্যাবোৰ চাই দুখ প্ৰকাশ কৰে।লগতে ভুক্ত ভোগী ৰাইজক আচ্চাক প্ৰকাশ কৰে যে অতি শীঘ্ৰে পুঃনৰ সংস্থাপন দিয়া হব বুলিও ৰাইজক জনাই।  এগৰাকী  মহিলাৰ  উপায়ুক্ত  আহ্বান উপায়ুক্তক "ছাৰ,--- আপুনি থকা সময়ত লাইকা ৰাইজক এই  সমস্যাৰ পৰা উদ্ধাৰ কৰিব পাৰিলে কৰক।"
"তেতিয়া  আপোনাৰ ফটো আৰি থৈ ধূপ ধূনা জ্বলাই  সেৱা কৰি থাকিম বুলি কয়- এতিয়া লাইকা ৰাইজৰ বাবে আপুনিয়েই "ভগবান" বুলি উৰ্পায়ুক্ত আগত দুখ প্ৰকাশ কৰে" গঞা ৰাইজৰ সহজ সৰল প্রার্থনা আৰু অনুৰোধ।
আৰু লগতে তিনিচুকীয়া ৰাজহচক্ৰ বিষয়া মহোদয়, তিনিচুকীয়া বনপ্ৰাধিকাৰী-DFO. লগতে  মিচিং কাউনচিলৰ জি.এম-প্ৰশান্ত ভৰি আৰু তিনিচুকীয়া জিলা সমিতি TMPK  উৰ্পায়ুক্তৰ লগত পৰিদৰ্শন কৰে।সকলোৱে লাইকা সমস্যাবোৰ চায় আচ্চাক প্ৰকাশ কৰে বুলি ৰাইজে জানিব দিয়ে।
 ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ ৰিৰ্পোট-মিচিং লুটাদ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post