Share on Facebook

9ছেপ্তেম্বৰ:বাহিৰ ৰংদৈ গাঁৱৰ প্ৰধান সমস্যা হিচাপে চিহ্নিত গাঁৱখনৰ মূল পথ আৰু ময়লা নদীয়ে সম্পূৰ্ণৰূপে মূল পথটি খহাই পেলায়।

 ডুমডুমা-ফিল'বাৰী, 9ছেপ্তেম্বৰ:বাহিৰ ৰংদৈ গাঁৱৰ প্ৰধান সমস্যা হিচাপে চিহ্নিত গাঁৱখনৰ মূল পথ আৰু ময়লা  নদীয়ে সম্পূৰ্ণৰূপে মূল পথটি খহাই পেলায়।


আজিৰ পৰা 10-12 বছৰ আগৰ পৰা মূল ৰাস্তুা পথটি খহায় দিয়াৰ ফলত 5-6 খন গাঁৱ ফিল'বাৰীলৈ যোগাযোগ বিচ্ছিন্ন হ'বলগীয়া হৈছে।


যাৰ ফলত শতাধিক ছাত্ৰ-ছাত্ৰী স্কুললৈ যোৱাত অসুবিধা,পথাৰ-বাগানলৈ যোৱাত অসুবিধা,পথচাৰী সকলৰ অসুবিধা,চিকিৎসালৈ নিবৰ বাবে অসুবিধা ইত্যাদি এশ এবুৰি সমস্যাৰে জৰ্জৰিত।


ৰাস্তা মূল পথটি আজি পৰ্যন্ত পকীপথ নোহোৱাত ৰাইজে অত্যন্ত দূখ প্ৰকাশ কৰিছে।ফিল'বাৰী অন্সলৰ এখন অতি পুৰণি গাঁৱ আজি পৰ্যন্ত চৰকাৰ ,MAC ৰ পৰা অৱহেলিত,বন্সিত হ'ৱলগীয়াত গাঁৱবাসীৰাইজে অত্যন্ত দূখ প্ৰকাশ কৰে।



মোহন টাইদ,মিচিং লুতাদ,ডুমডুমা-ফিল'বাৰী।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post