ফিল'বাৰীৰ শীতলপুৰ টিংখাং এদিনয়া ফুটবাল প্ৰতিয়োগিতাৰ আয়োজন ।
অহা ১৮ চেপ্তেম্বৰ,২০২০ বৰ্ষত এই প্ৰইছমানি প্ৰতিয়োগিতা আয়োজন ।
নৱউজুল লুইতপৰীয়া য়ুৱক সংঘৰ সৌজন্যত প্ৰতিয়োগিতাৰ ব্যাপক প্ৰস্তুতি ।
প্ৰথম পুৰষ্কাৰ ট্ৰফীসহ নগদ ৭০০১ টকা ।
প্ৰতিয়োগিতাৰ য়োগদানৰ মাচুল ৮০০ টকা ।
প্ৰয়াত চেমন্ত দাস/ধীৰলতা দাসৰ সোঁৱৰনত এই প্ৰতিয়োগিতা ।
ডুমডুমা 'ফিল'বাৰীৰ পৰা ৰিৰ্পোট-মোহন টাইদ-মিচিং লুটাদ।