ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি পৰিচালক নাৰায়ন শীল দেবে পৰিচালনা কৰা মিচিং ভাষাৰ Li: Len (A Ray of Hope) নামৰ ছবি খনে Cinemaking International Award. Bangladesh Dhaka Festivel ৰ বাবে মনোনিত হোৱাত গৌৰব বোধ কৰিছো ৷ আশা কৰিছো বোলছবি খনে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব ।
LI:LEN মিচিং ভাষাৰ চিনেমা প্ৰথম বাৰৰ বাবে INTERNATIONAL FILM AWARD লৈ OFFICIAL SELECTION ।
byMISING LUTAD (NEWS)
•
0