BIG BREAKING NEWS-প্ৰায় ৬,মাহ দিন অতিক্ৰম হোৱাৰ পাছত আজি বাঘজানৰ জুই নিৰ্বাপনৰ কাম সফল হ'ল।
কানাডাৰ পৰা আহি বিশেষজ্ঞৰ দলে জুই কুৰা নুমাবলৈ সক্ষম হৈছে।
কিন্তুু স্থায়ী জুই নিৰ্বাপন হোৱাৰ পাছত ক্ষতিগ্ৰস্ত ৰাইজে উপয়ুক্ত ক্ষতিপূৰণ লাভ কৰিব নে?
সেয়া ডাঙৰ প্ৰশ্ন? 'সমাজ কৰ্মী,আৰু পৰিবেশ কৰ্মী,বৰ্তমান 'অসম জনতা দলৰ,সভাপতি-
মিগাং,নিৰন্ত গোঁহাই ডাঙৰীয়াই কি কলে-আমাৰ কেমেৰাৰ আগত শুনো আঁহক।
ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ,ৰিৰ্পোট-মিচিং লুটাদ।
