সত্ৰ পীঠ মাজুলী মনিকাঞ্চন সংযোগ স্থল আউনী আটী সত্ৰত আজি অন্ত পৰিৱ পালনাম
আউনী আটী সত্ৰৰ পালনামলৈ আহে দেশী -বিদেশী হাজাৰ হাজাৰ ভক্তপান ৰাইজ
আজি অন্তিম দিনা ভক্তপাণ ৰাইজৰ কিছু উপস্থিতি দেখা গৈছে
পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি মাথোঁ অনুষ্টুপিয়াকৈ
আয়োজন কৰিছে পালনাম উৎসৱ।
মাজুলীৰ পৰা লোকনাথ নৰহ প্ৰতিবেদন Mising Lutad
