লাইকা দধিয়া ৰাইজে গাঁৱলৈ উভতি যোৱা নাই।আজি গাঁওৰ ৰাইজে 'লেজাইহোলা বৰগুৰি চৰকাৰী ভূমিত 'ধৰ্মঘট অৱস্থান'কৰি থকা সময়তে জিলা প্ৰশাসনে বাধা দিয়ে।এই ভূমিত থাকিব নিদিও,লাইকালৈ উভতি যাব লাগিব বুলি জিলা প্ৰশাসনে লাগি আছে।গাঁৱৰ ৰাইজে মৰিলেও গাঁৱলৈ উভতি নাযাঁও বুলি বাগযুদ্ধ চলি আছে।
গাঁওৰ ৰাইজে 'লেজাইহোলা বৰগুৰি চৰকাৰী ভূমিত 'ধৰ্মঘট অৱস্থান'কৰি থকা সময়তে জিলা প্ৰশাসনে বাধা দিয়ে
byMISING LUTAD (NEWS)
•
0