আজি তিনিদিন হ'ল-লাইকা দধিয়া ৰাইজৰ প্ৰতিবাদ কাৰ্য্যসূচী।
কিন্তুূু আজি পৰ্য্যন্তলৈ জিলা প্ৰশাসন পালৰ পৰা একো ব্যৱস্থা লোৱা নাই।
এইয়ানেকি অসমৰ খিলঞ্জীয়াৰ ৰক্ষা কৱচ।
জাতি,মাটিৰ,ভেটি ৰক্ষাৰ শ্লোগান দিয়া ,মুখ্যমন্ত্ৰী আজি কিয় নিমাত
লাইকা দধিয়া বাসী ৰাইজে চৰকাৰক পুনৰস্থাপনৰ প্ৰতিবাদ কৰি পুহ মাহৰ জাৰত কটালে ওৰে ৰাতি।
প্ৰবল শীততো ওৰে নিশা ৰাইজে কেনেদৰে থাকিবলা হৈছে।
আজি তিনিদিন হ'ল-লাইকা দধিয়া ৰাইজৰ প্ৰতিবাদ কাৰ্য্যসূচী।
জাতি,মাটিৰ,ভেটি ৰক্ষাৰ ৰাজনীতি এইয়ানেকি?
স্থানীয় বিধায়ক জন কিয় এবাৰো ৰাইজৰ খবৰ লবলৈ অহা নাই?
নিজৰ প্ৰাপ্য, অধিকাৰ, আৰু লাইকা দধিয়াৰ 20 বছৰীয়া সমস্যাৰ সমাধান বিচাৰিহে আহিছে দুখীয়া ৰাইজে।
লাইকা দধিয়া মিচিং জনগোষ্ঠী গাঁও বাসীক মানুহ বুলি গণ্য নকৰে চৰকাৰে।
ব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনাইছে ৷