আজি চাৰিদিন হল-লাইকা দধিয়া ৰাইজৰ প্ৰতিবাদ কাৰ্য্যসূচী।কিন্তুূু আজি পৰ্য্যন্তলৈ জিলা প্ৰশাসনৰ পৰা একো ব্যৱস্থা লোৱা নাই।
পশুৰ দৰে জীৱন নিৰ্বাহ কৰি আছে।লাইকা দধিয়া ৰাইজে-উপায়ুক্ত কাৰ্য্যালয় সমীপত ৰাইজৰ আশ্ৰয় গ্ৰহণ।গুৰুত্ব নাই জিলা প্ৰশাসন-নাই খোৱা পানী,খোৱা বোৱাৰ অসুবিধা।মানুহবোৰ এতিয়া প্ৰচণ্ড ঠাণ্ডাত বেমাৰ হৈছে। নৰক যন্ত্ৰনা,মুকলি আকাশৰ তলত নিশা কটাইছে, লাইকা দধিয়াবাসী ৰাইজে-কোনোৱাই সহায়ৰ হাতত আঁগবঢ়াবনে,এই ভূক্তভোগী ৰাইজৰ বাবে।