CM ৰ নিৰ্দেশ-৩১ জানুৱাৰীৰ ভিতৰত লাইকা দধিয়াৰ পুঃনৰ সংস্থাপন কৰিবলৈ।আজি ১১ দিন উকলি যোৱাৰ পাছত 'মুখ্যমন্ত্ৰীৰ' নিৰ্দেশ ৰ্মমে -জিলা উপায়ুক্ত আৰু বিধায়ক উপস্থিত লাইকা দধিয়াৰ ওচৰত।লগতে মুখ্যমন্ত্ৰীয়ে বিধায়কৰ হাতত দি পঠিয়াইছে। শ্বহীত, ৰেৱতী পাৱৰ পৰিয়ালৈ 'এক লাখ টকা চেক। বিধায়কে এই চেক গাঁওবুঢ়াৰ হাতত পৰিয়ালক দিবলৈ দায়িত্ব দিয়ে।আৰু লাইকা দধিয়াৰ পুঃনৰ সংস্থাপনৰ বিষয়ে কি কলে মুখ্যমন্ত্ৰীয়ে,আমাৰ প্ৰতিনিধী মুখৰ পৰা শুনো আহঁক।