Share on Facebook

CM ৰ নিৰ্দেশ-৩১ জানুৱাৰীৰ ভিতৰত লাইকা দধিয়াৰ পুঃনৰ সংস্থাপন কৰিবলৈ।

 CM ৰ নিৰ্দেশ-৩১ জানুৱাৰীৰ ভিতৰত লাইকা দধিয়াৰ পুঃনৰ সংস্থাপন কৰিবলৈ।আজি ১১ দিন উকলি যোৱাৰ পাছত 'মুখ্যমন্ত্ৰীৰ' নিৰ্দেশ ৰ্মমে -জিলা উপায়ুক্ত আৰু বিধায়ক উপস্থিত লাইকা দধিয়াৰ ওচৰত।লগতে মুখ্যমন্ত্ৰীয়ে বিধায়কৰ হাতত দি পঠিয়াইছে। শ্বহীত, ৰেৱতী পাৱৰ পৰিয়ালৈ 'এক লাখ টকা চেক। বিধায়কে এই চেক গাঁওবুঢ়াৰ হাতত পৰিয়ালক দিবলৈ দায়িত্ব দিয়ে।আৰু লাইকা দধিয়াৰ পুঃনৰ সংস্থাপনৰ বিষয়ে কি কলে মুখ্যমন্ত্ৰীয়ে,আমাৰ প্ৰতিনিধী মুখৰ পৰা শুনো আহঁক।


চৰকাৰে নুশুনে লাইকা দধিয়াবাসীৰ আৰ্তনাদ। লাইকা দধিয়াবাসী কান্দিছে-প্ৰচণ্ড শীততো ১১ দিনেই অব্যাহত মৰণপন প্ৰতিবাদ। প্ৰতিবাদত অংশ লৈ ৫৫ বছৰীয়া মহিলা-শ্বহীত ৰেৱতী পাৱৰ বিষয়ে কি কলে-অসম জনতা দলৰ সভাপতি,মিগাং নিৰন্ত গোঁহাই  ডাঙৰীয়াই কি কলে-শুনো আঁহক।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم