عرض المشاركات من أبريل, 2022
সমগ্ৰ ভাৰতবৰ্ষ তথা উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমত যোৱা কেইবাদিনো ধৰি ৰাম নৱমী অৰ্থাৎ ৰামৰ জন্ম জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উলহ -মালহ ভাবে পালন কৰা ধুম উঠিছে।ঠিক একেদৰে নামনি অসমৰ প্ৰতিটো জিলাৰ লগতে ইয়াৰ কেন্দ্ৰবিন্দু স্বৰূপ বঙাইগাঁও জিলাতো এই দিৱস পালন ক…
কোকৰাঝাৰত অভয়াকুটি কাণ্ডকলৈ আজি আদালতৰ চূড়ান্ত ৰায়দান ৷৷ আদালতত ঘন্টাজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তঃত তিনি দোষীক মৃত্যুদণ্ডৰে দণ্ডিতৰ ঘোঁষণা ৷পোণপ্ৰথমবাৰৰ বাবে কোকৰাঝাৰ আদালতত ফাঁচীৰ নিৰ্দেশ । কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত আজি পূৱাৰে পৰা আৰ…
নামনি অসমৰ যোগীঘোপা আন্তৰাষ্ট্ৰীয় জাহাজ বন্দৰ ঘাটত অনুষ্ঠিত হোৱা অশোকাষ্টমী পূজাৰ মেলাত লক্ষ লক্ষ লোকে লোকাৰণ্য : মৃতকৰ আত্মাৰ সৎগতিৰ বাবে বৰ লুইতত ক্ষেপন কৰিলে হাড় পূজা অৰ্চনা। নামনি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপা ৰ ব্ৰহ্মপুত্ৰ নদীৰ আন্তঃৰাষ্ট্ৰীয় জাহ…
নামনি অসমৰ যোগীঘোপা আন্তৰাষ্ট্ৰীয় বন্দৰত কাইলৈ অশোকাষ্টমী পূজাৰ উদ্যোগক্তা সমিতি আৰু জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি। নামনি অসমৰ বঙাইগাঁও জীৱৰ যোগীঘোপা বৰ লুইত অৰ্থাৎ ব্রহ্মপুত্ৰ নদীৰ আন্তৰাষ্ট্ৰীয় বন্দৰ জাহাজ ঘাটত আৰু এটা ৰাতিৰ পিছতেই ৰাতিপুৱা পুৱতি…
জোনাইত আলোকৰ সন্ধানত এক বিপদ সংকুল যাত্রা কণ কণ ছাত্ৰ-ছাত্ৰীৰ । এজাক কণ কণ শিশুৰ বিপদ সংকুল এক যাত্রা। এই যাত্রা এদিন-দুদিনৰ নহয়, এই যাত্রা চলি আছে বছৰ বছৰ ধৰি৷ ধেমাজি জিলাৰ জোনাইৰ অসম অৰুণাচল সীমান্তৰ এখন অতিকৈ পিছপৰা অঞ্চলৰ দৃশ্য এইয়া। অৰুণাচল সীম…
অনিদিষ্ট কালৰ বাবে বন্ধ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা । ফেৰী ঘাটত যাত্ৰীৰ হাহাকাৰ । অনলাইন টিকত কৰি বিপাঙত ফেৰী যাত্ৰী চ'ত মাহতেই বন্ধ হ'ল ফেৰী সেৱা। কমলাবাৰী -নিমাতী আৰু অফলামূখ- নিমাতী ঘাটৰ ফেৰী সেৱা বন্ধ । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ…
ভাৰতীয় জনতা পাৰ্টিত চমুকৈ বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সমিতিসমূহে আজি ৪২তম প্ৰতিষ্ঠা দিৱস পালন কৰাৰ মূলতঃ নামনি অসমতো প্ৰতিটো জিলাত জিলা,আঞ্চলিক আৰু মণ্ডল সমিতি সমূহে এই দিৱস পালন কৰাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত বাতৰি মতে বঙাইগাঁও জিলাতো আজি জিলা…
নামনি অসমৰ বঙাইগাঁও জিলাত যোৱা নিশা এটা চেটেলাইট চেনেলৰ "বহাগৰ অনুষ্ঠানৰ"পিছতেই আই নৈৰ নৱনির্মিত অসম্পূৰ্ণ দলং ত এক শোকাবহ দুৰ্ঘটনাত পতিত হৈ এগৰাকী সৰবৰাহি উদীয়মান সাংবাদিক সহ আন এগৰাকী যুৱক আকস্মিক ভাৱে মৃত্যু ঘটাত তীব্ৰ চাঞ্চল্য আৰু প্ৰতি…
সাধাৰণ বৰষুণতে জোনাই সদৰৰ সতে যোগাযোগ বিছিন্ন হোৱাৰ পথত জোনাইৰ বান বিধ্বস্ত বৃহত্তৰ বেৰা চাপৰি অঞ্চল । সাধাৰণ বৰষুণতে পুনৰ জোনাই সদৰৰ সতে যোগাযোগ বিছিন্ন হোৱাৰ পথত বৃহত্তৰ জোনাইৰ বেৰা চাপৰি অঞ্চল । জোনাই সদৰৰ পৰা পৰা লুহিজান ৰুহিতপুৰ দেউৰী হৈ বেৰা চা…
বৰপথাৰত মিছিং জনগোষ্ঠীৰ 'চহ' উপাধি বংশধৰৰ 'কাংকিন কেবাং' উদযাপন ঐক্য সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খোৱাৰ উদ্দেশ্যেৰে দৈয়াং-ধনশিৰি চহ বংশধৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় প্ৰথম বাৰ্ষিক কাংকিন কেবাং অনুষ্ঠানৰ ।গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মিচিং ভাষা অধ্যয়নৰ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৰুণাচল প্ৰদেশৰ টুটিঙলৈ শিক্ষা ভ্ৰমণ কৰি পুনৰ আজি বমজিৰ গাঁৱত উপস্থিত হৈ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ । মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা…
নামনি অসমৰ ভাৰত বাংলাদেশ সীমান্তত অনুষ্ঠিত হল কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ দেশৰ স্বাধীনতাৰ ৭৫বছৰীয়া আজাদি কি অমৃত মহোৎসৱ অনুষ্ঠান। ভাৰত ৰাষ্ট্ৰৰ ৰাজধানী নতুন দিল্লী অৰ্থাৎ শাসণাধিস্থ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ দেশৰ স্বাধীনতাৰ ৭৫বছৰ পূৰ্ণ হোৱা উপলক্ষে শেহতীয়াকৈ …
বিহালীৰ জিনজিয়াৰ ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলী। নিশা বিহালীৰ জিনজিয়াত সংঘটিত হৈছে এই ঘটনা৷এগৰাকী নাবালিকাক বলাৎকাৰ কৰিছিল মোনাবাৰীৰ কাঠনীবাৰীঘাটৰ মোহিম শৰ্মা নামৰ ৫৮ বছৰীয়া লোকজনে৷ইয়াৰ পিছতে গঞাঁই দেওবাৰে চুলি খূড়াই,মূখত চূণ লেপি,চেণ্ডেলৰ মালা পিন্ধাই গা…
আজিৰ পৰা উজনি বংকোৱাল নাট্য মন্দিৰত প্ৰযোজনা ভিত্তিক এমহীয়া নাট প্ৰশিক্ষণৰ শুভাৰম্ভ বোকাখাত মহকুমাৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ সেচ্ছা সেৱী অনুষ্ঠান “প্ৰজন্ম”ৰ উদ্যোগত আৰু মহুৰামুখৰ উত্তৰ অংশৰ সমগ্ৰ বান ক্ষতিগ্ৰস্ত অঞ্চলতোৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “নৈ…
মূল্যবৃদ্ধিৰ প্ৰতিবাদত কোকৰাঝাৰত কংগ্ৰেছ দলৰ সমদল কোকৰাঝাৰৰ কংগ্ৰেছ কাৰ্যালয়ৰ ৰনেন্দ্ৰ ভৱনৰ পৰা এইসমদল আৰম্ভ কৰে ।কোকঝাৰৰ সদৰ চহৰৰ মাজেৰে এই সমদল কৰে । আজিৰ সমদলত বিজেপি চৰকাৰ মিছলীয়া ,মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায় , বিজেপি চৰকাৰৰ কাম নাই…
সমগ্ৰ বিটিএডি ৰ চাৰি জিলাত এবছুৰ ফৰায়ছা ছান দিৱস পালন: ৰাজ্য চৰকাৰলৈ ছাত্ৰ দিৱস পালনৰ আহ্বান। উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ অসমৰ বড়ো জনগোষ্ঠীৰ সংবিধানিক প্ৰাপ্য অধিকাৰ তথা আত্মনিয়ন্ত্ৰনৰ প্ৰাপ্য অধিকাৰ দাবীত সৰ্ব প্ৰথম জংগী আন্দোলনৰ গুৰি ধৰোতা মুলতঃ জনগ…