বিহালীৰ জিনজিয়াৰ ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলী।
নিশা বিহালীৰ জিনজিয়াত সংঘটিত হৈছে এই ঘটনা৷এগৰাকী নাবালিকাক বলাৎকাৰ কৰিছিল মোনাবাৰীৰ কাঠনীবাৰীঘাটৰ মোহিম শৰ্মা নামৰ ৫৮ বছৰীয়া লোকজনে৷ইয়াৰ পিছতে গঞাঁই দেওবাৰে চুলি খূড়াই,মূখত চূণ লেপি,চেণ্ডেলৰ মালা পিন্ধাই গাঁৱৰ মাজৰে সমদল কৰি আনি আৰক্ষীক চমজাই দিছিল এই নৰপিশাছটোক৷আৰক্ষীৰ জিম্মাত থকা অৱস্থাত মাজনিশা পলায়ণৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে নৰপিশাছটোলৈ৷এটা ভৰিত গুলী লগা নৰপিশটোক নিশাই তেজপুৰ মেডিকেল কলেজ হস্পিতালৈ প্ৰেৰণ কৰা হৈছে৷
Tags:
CRIME & CRIMINAL