عرض المشاركات من يونيو, 2021
জোনাইত বাঢ়নী পানীয়ে খহাই নিছে এখন গুৰুত্বপূৰ্ণ পথত থকা এখন দলংৰ এটা মুৰ ৷ জোনাইৰ লুহিজান-বেৰাচাপৰি সংযোগী পথৰ ওপৰত থকা লুহিজান দলংখন জোনাই নদীৰ বাঢ়নী পানীয়ে এটা মুৰত খহাই নিয়াত বহিঃজগতৰ সৈতে বিচ্ছিন্নৰ পথত বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ প্ৰায় ২৫-৩০ খন গা…
ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতীয়ে মৰা ৰাইজে প্ৰায় চশত্তৰ বছৰ ধৰি দ্বীপ সদৃশ ঠাইত বাস কৰি আহিছে, আধুনিক যাতায়ত আৰু যোগাযোগ ব্যৱস্থাও যেন ঢুকি নোপোৱা এখন গাওঁ হাতীয়েমৰা গাওঁ একালৰ বিজেপিৰ মন্ত্ৰী আৰু বৰ্তমানৰ ঢকুৱাখনা সমষ্টিৰ বিধায়ক…
বেদখলকাৰীয়ে ৰাইজৰ বিৰুদ্ধে গোচৰ তৰিলে বগীনদী থানাত । লখিমপুৰ জিলাৰ ভীমপৰা পঞ্চায়তৰ অন্তৰ্গত টাকু টেটেৰা ৰাজহুৱা শশ্মান আৰু গেজিং ভুমি বেদখলত নামিছে একাংশ বেদখলকাৰীয়ে। ব্যক্তি কেইজন হৈছে বগীনদী থানাৰ অন্তৰ্গত টাকু চেঁচা গাঁৱৰ প্ৰগেজ পাদি, আপাল পাদি…
লাইকা'ৰ ১৫০টা পৰিয়ালে -জাগুনত ৫ মাহ দিন তিৰ্পালৰ তলত দুৰ্বিষহ জীৱন । খিলঞ্জীয়াৰ চৰকাৰী আবণ্টিত ভূমিত আজিও সংস্থাপিত নহ'ল। তিনিচুকীয়াৰ পৰা জাগুনলৈ নি দলনিত পোনা মেলি গা-এৰা প্ৰশাসনৰ নাই পৰ্যাপ্ত খাদ্য,পানীৰ যোগান,নাই চিকিৎসাৰ যতন-প্ৰৱঞ্চনাৰ …
ঢকুৱাখনাৰ ভাটি কেকুৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত চাৰিকড়ীয়া নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত চলিছে ভয়ংকৰ অনিয়ম। নিম্নমানৰ কামৰ বাবে নদীত জাহ গৈছে জিঅ বেগ আৰু কাৰ কাৰ্পেটিংৰ সংশ্লিষ্ট ঠিকাদাৰে ধন লুন্ঠনৰ লক্ষ্যৰে আৰম্ভ কৰিছে পালমৰা কাম। ফলত গঢ়াখহনীয়া প্ৰ…
যোৰহাটৰ উপকণ্ঠৰ চাৰিঘৰীয়া মিছিং গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গল বিপুল দলে নামৰ এজন লোকৰ বাস গৃহ আৰু দোকান ঘৰ। অগ্নি নিৰ্বপক বাহিনী গৈ পোৱালৈ সকলো জ্বলি নি:শেষ হয়। বৈদ্যুতিক চৰ্ত চাৰ্কিতৰ ফলত অগ্নিকাণ্ড হোৱা বুলি সন্দেহ কৰা হৈছে।
পেলনীয়া সামগ্ৰীৰে সময়ে সময়ে বিভিন্নজনে বিভিন্ন সামগ্ৰী নিৰ্মান কৰা আমি সকলোৱে শুনিছোঁ। বিশেষকৈ পেলনীয়া সামগ্ৰীৰে পূজাৰ সময়ত প্ৰতিমূৰ্তি, ঘৰৰ ড্ৰয়িংৰুমৰ বাবে আকৰ্ষণীয় শ্বপিছ নিৰ্মান কৰা বহুতৰে নিচা। কিন্ত পেলনীয়া প্লাষ্টিকৰ বটলৰ নাওঁ নিৰ্মান কৰি সেই …
মিচিং আৰু মিপাক! কি কৰো ? মিচিং মিপাক বুলি ভাষাক লৈ মনত Negativity কিয়?
আজি পুৱাৰে পৰা দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো দেখা গ’ল যোগ সাধনাৰ বিভিন্ন কাৰ্যসূচী। সত্ৰ নগৰী মাজুলীতো পালন কৰিলে যোগ দিৱস। পুৱাৰে পৰা সম্পূৰ্ণ কভিড নিয়ম মানি মাজুলী জকাই বোৱা কলিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত মাজুলী জিলা ভাৰতীয় জনতা পাৰ্…
ধেমাজি গেৰুকামুখ স্থিত বংহৎ নদীবান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চি ৰ অতিথিশালাত অনুষ্ঠিত হোৱা যোগ দিৱসত অংশগ্ৰহণ কৰে মৰিয়নি সমষ্টি ৰ বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে । তাৰ পাছতে বিজেপি চৰকাৰৰ বিশেষ অনুষ্ঠানত কংগ্ৰেছৰ মৰিয়নি সমষ্টি ৰ বিধায়ক ৰুপজ্যোতি কুৰ্ম…
20/6/2021 তাৰিখ দেওবাৰে পহুমৰা শাখা সাহিত্য সভাৰ উদ্যোগত স্পদন সংগীত বিদ্যালয়ৰ প্ৰাংগনত কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ 52 তম ৰাভা দিৱসটি চৰকাৰী ক'ভিড পটকলৰ নীতি- নিয়ম মানি পালন কৰা হয়। অনুষ্ঠান খনিৰ আত ধৰে পহুমৰা শাখা সাহিত্য সভাৰ সম্পাদক দেৱজ…
ঢকুৱাখনা মহকুমাৰ বৃহত্বৰ সোণাৰি চাপৰি অঞ্চলৰ এগৰাকী শিক্ষানুৰাগী ব্যক্তি দিব্য খনিকৰ আৰু পূণ্যৱতী সোণোৱাল খনিকৰৰ কণ্যা লোকপ্ৰিয়া খনিকৰে ২ ইঞ্চি দীঘল-১.৫ ইঞ্চি বহল ৪৬ পৃষ্ঠাৰ এখনি অতি ক্ষদ্ৰ গল্প সংকলন প্ৰকাশ কৰি শেহতীয়াকৈ অসম বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষ…
জোনাই মহকুমাৰ গালী চিকাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় I জানিব পৰা মতে জোনাই মহকুমাৰ 515 নং ৰাষ্ট্ৰঘাইপথৰ গালী চিকাৰি তিনিআলিত বলেৰ পিকাপ আৰু বাইকৰ মাজত মূখামূখি সংঘৰ্ষ হয় I মূখা মূখি সংঘৰ্ষত বাইক আৰোহী এজনী মহিলা থিতাতে নিহত হোৱাৰ বিপৰিতে বাইক …
এখন নৌকা চিকিৎসালয়। মাজুলীৰ কমলাবাৰী ঘাটত নিৰ্মাণ হৈছে এখন নৌকা চিকিৎসালয়। কভিড মহামাৰীয়ে সকলোতে ত্ৰাসৰ সৃষ্টি কৰা সময়তে দুৰ্গম নদীকাষৰীয়া অঞ্চলৰ ৰাইজৰ চিকিৎসা সেৱাৰ বাবে সাজু হৈছে এছ.বি কৰুণা নামৰ নৌকা চিকিৎসালয় খনৰ। কৰ্নাটকৰ কৰুণা ট্ৰাষ্টৰ অধীনত গহ…
বিকশিত অসমৰ নগ্ন স্বৰূপ। একবিংশ শতিকাতো বুকুত কেচুৱা লৈ নদী ফালি যাতায়াত কৰিব লগীয়া এই দৃশ্য। এইয়া এশ এবুৰি সমস্যাৰে জৰ্জৰিত গহপুৰৰ পূব প্ৰান্তৰ ৰঙাজান মিচিং আৰু ৰঙাজান ডফলা গাঁৱৰ দৃশ্য । পাহাৰীয়া চেঁচা নৈৰ পাৰত অৱস্থিত গাওঁ দুখনৰ বাসিন্দা সক…