জোনাই মহকুমাৰ গালী চিকাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় I
জানিব পৰা মতে জোনাই মহকুমাৰ 515 নং ৰাষ্ট্ৰঘাইপথৰ গালী চিকাৰি তিনিআলিত বলেৰ পিকাপ আৰু বাইকৰ মাজত মূখামূখি সংঘৰ্ষ হয় I
মূখা মূখি সংঘৰ্ষত বাইক আৰোহী এজনী মহিলা থিতাতে নিহত হোৱাৰ বিপৰিতে বাইক চালক জন গুৰুত্বভাবে আহত হয় I নিহত মহিলাগৰাকী গালী মিগাং গাওঁৰ জেছমিনা দলে পেগু I
গুৰুতৰ ভাৱে আহত কৃষ্ণ জ্যোতি দলেক ডিব্ৰুগড়ৰ AMC চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে I
জোনাইৰ পৰা দিগন্ত Report, Mising lutad.
